60
গুৱাহাটীঃ যোৱা তিনিমাহে মেৰামতিৰ বাবে বন্ধ হৈ থকা শৰাইঘাটৰ পুৰণি দলঙেৰে বৃহস্পতিবাৰৰ দিনৰ ২.৩০ বজাৰপৰা পুনৰ আৰম্ভ হ’ল যান-বাহন চলাচলৰ।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰবন্ধক সঞ্জীৱ ৰয়ে মেৰামতি সম্পূৰ্ণ হোৱা দলংখনেৰে পুনৰ যান-বাহন চলাচল বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে।