54
গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ বৰ্ষীয়ান আবাসীৰ মৃত্যুত শোকস্তব্ধ চিৰিয়াখানা পৰিয়াল৷ শনিবাৰে নিশা ৪৮ বছৰ বয়সত মৃত্যু হয় ‘ৰাজা’ নামৰ বৰ্ষীয়ান জলহস্তীটোৰ।
১৯৭৪ চনত সুদূৰ আমেৰিকাৰপৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ ৪ বছৰ বয়সতে অনা হৈছিল জলহস্তীটো। নাম ৰখা হৈছিল ‘ৰাজা’।