53
বটদ্ৰৱাঃ স্বাধীনতা আন্দোলন, ভাৰত-চীনৰ যুদ্ধ কথা বোৰ ‘জ্ঞানীজী’ৰ নখ দৰ্পনত৷ অসমৰ উত্থান পত্নৰ সাক্ষী ‘জ্ঞানীজী’৷ ১০২ বছৰ বয়সত নগাঁৱৰ ‘জ্ঞানীজী’ মৃত্যু হ’ল৷
নগাঁও জিলাৰ খুটিকটীয়া নিৱাসী জ্ঞানী চৰ্দাৰ সিংহৰ ১০২ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে৷ প্ৰয়াত সিংহ এজন কঠোৰ পৰিশ্ৰমী, ধাৰ্মিক আৰু সমাজপ্ৰিয় ব্যক্তি আছিল ৷