56
কোকৰাঝাৰঃ ভাৰত ভূটান সীমান্তৱৰ্তী উল্টাপানী আৰু সৰলপাৰাৰ বিস্তীৰ্ণ অঞ্চলক সামৰি এখন আদৰ্শ গাওঁ স্থাপন কৰা হ’ব। অতি দুৰ্গম অঞ্চলটোৰ জনসাধাৰনক বিশুদ্ধ খোৱা পানী,স্বাস্থ্য সেৱা,বেংক সেৱা,মোবাইল সেৱাকে ধৰি বিভিন্ন সা-সমস্যা সমূহ প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে।
ভাৰত-ভূটান সীমান্তৰ সৰলপাৰাত এখন ইণ্ডো ভূটান গেট স্থাপনৰ বাবেও পৰিকল্পনা কৰা হৈছে। এই মন্তব্য প্ৰকাশ কৰিছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।