60
গুৱাহাটীঃ ‘অগপই মিত্ৰতা ভংগ কৰিলে তাতে কি হ’ল? আমি চৰকাৰৰ লগত আছো। চৰকাৰৰ একো নহয়।’-এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰাৰী।
দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙেৰে বৈঠকৰ অন্তত অগপই মিত্ৰতা ভংগ কৰাৰ কিছু সময় পিছতে সাংবাদিকৰ আগত মহিলাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁৰ দল বিপিএফ চৰকাৰৰ লগত আছে।