Home ৰাজ্যহজ যাত্ৰীক সম্বর্ধনা কৃষ্ণ ৰাস মহোৎসৱ সমিতিৰ

হজ যাত্ৰীক সম্বর্ধনা কৃষ্ণ ৰাস মহোৎসৱ সমিতিৰ

by News Desk
57 views
A+A-
Reset

জয়সাগৰঃ হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে অসমত৷ কৃষ্ণ ৰাস মহোৎসৱ সমিতিয়ে হজ যাত্ৰীক সম্বর্ধনা তথা শুভেচ্ছা যাচি ইয়াকে আৰু এবাৰ প্ৰমাণ কৰিলে৷

সম্প্ৰীতিৰ পৱিত্ৰ মিলনভূমি শিৱসাগৰৰ বগীদল আৰু মেছাগড় সিংহ দুৱাৰবাসী ৰাইজে দেওবাৰে হজযাত্ৰীক সম্বৰ্ধনা যাচে। ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ সিংহ দুৱাৰত অৱস্থিত মছজিদ সমিটিৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আগন্তুক পৱিত্ৰ হজত যাবলগীয়া লোকসকলক মছজিদ সমিতি তথা আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ (বগীদল) সমিতিয়ে সম্বর্ধনা তথা শুভেচ্ছা জ্ঞাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0