51
ধুবুৰীঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বৰকান্দাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড।বৰকান্দাজ পিপলচ একাডেমি নামৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰত উদ্ধাৰ হৈছে এটা অৰ্ধ অগ্নিদগ্ধ মৃতদেহ৷
কোনো দুৰ্বৃত্তই হাতভৰি বান্ধি জ্বলাই দিয়ে এজন ব্যক্তিক। বৰ্তমানলৈ মৃতব্যক্তি জনৰ চিনাক্তকৰণ কৰিব পৰা হোৱা নাই৷