Home ৰাজ্যটঙনা গাঁৱৰ জয়চেঙৰ ‘হান্দুক’ আৰু আলফাৰ সংগ্ৰাম

টঙনা গাঁৱৰ জয়চেঙৰ ‘হান্দুক’ আৰু আলফাৰ সংগ্ৰাম

by News Desk
48 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ ৭০ৰ দশকত অসমীয়া ডেকাই ভাৰত চৰকাৰে অসমক বঞ্চিত কৰা বুলি অনুভৱ কৰিছিল। অসমৰ চাহ. কয়লা, খনিজ সম্পদ নিয়াৰ পিছতো অসম পাইছে কি বুলি প্ৰশ্ন উত্থাপন কৰিছিল। এনেবোৰ বিষয় চিন্তা আৰু দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে এদিন অসমক ভাৰতৰ পৰা মুক্ত হোৱাৰ সপোন দেখিলে একাংশ যুৱকে। অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক এদিন উজনিত একত্ৰিত হ’ল। হাতত অস্ত্ৰ তুলি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰাৰ বাবে সংগঠনৰ জন্ম দিয়া হ’ল। ১৯৭৯ৰ ৭ এপ্ৰিলত শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰছিল আলফা নামৰ সংগঠনটোৰ। বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এচিয়াতে পৰিচিত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0