ডিজিটেল ডেস্কঃ নেট দুনীয়াৰ ছেনছেশ্যন সেই চাহ বিক্ৰেতাজনৰ কথা মনত আছেনে? মনত আছেনে নেপালৰ সেই পাচলি আৰু ফলমূল বিক্ৰী কৰা ছোৱালীজনীলৈ? পাকিস্তানৰ সুদৰ্শন চাহ বিক্ৰেতাজন আৰু নেপালৰ দীপলিপ পাচলি বিক্ৰী কৰা ছোৱালীজনীয়ে ছ’চিয়েল মিডিয়াযোগে সমগ্ৰ বিশ্বতে অৰ্জন কৰিছিল ব্যাপক জনপ্ৰিয়তা।
একেদৰে এইবাৰ নেট দুনীয়াত ছেনছেশ্যন হৈ পৰিছে ভাৰতৰ এজন আই পি এছ বিষয়া। মধ্যপ্ৰদেশৰ এই আই পি এছ অফিছাৰজনক দেখিলে বলীউডৰ যিকোনো তাৰকাই মূৰ ঘূৰাই পৰি যাবলৈ বাধ্য!