হাগ্ৰামাই বিটিচিত সংস্থাপন কৰিব আমচাঙৰ উচ্ছেদিত লোকক, অংকুশিতাক হাগ্ৰামাই দিলে...

Home ৰাজ্যহাগ্ৰামাই বিটিচিত সংস্থাপন কৰিব আমচাঙৰ উচ্ছেদিত লোকক, অংকুশিতাক হাগ্ৰামাই দিলে পাঁচ লাখ

হাগ্ৰামাই বিটিচিত সংস্থাপন কৰিব আমচাঙৰ উচ্ছেদিত লোকক, অংকুশিতাক হাগ্ৰামাই দিলে পাঁচ লাখ

by News Desk
56 views
A+A-
Reset

কোকৰাঝাৰঃ আমচাঙৰ উচ্ছেদৰ কৰুণগাথাই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে বিটিচি প্ৰধাান হাগ্ৰামা মহিলাৰীয়ে উচ্ছেদিত লোকসকলক চৰকাৰে পুণৰসংস্থাপন নকৰিলে বিটিচি চৰকাৰে বিটিএডিৰ বিভিন্ন এলেকাত পুণৰসংস্থাপন কৰিব বুলি ঘোষণা কৰে। বুধবাৰে বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অংকুশিতা বড়োক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা আৰু পাঁচ লাখ টকাৰ চেক প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে আমচাঙৰ দুখত দুখী হৈ আবেগিক ঘোষণা কৰে।

আমচাঙ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয় যে ন্যায়ালয়ৰ নিৰ্দেশত যদিও চৰকাৰে উচ্ছেদ কাৰ্য কৰিছে তথাপিও উচ্ছেদৰ পূৰ্বে তাত বসবাস কৰা লোকসকলক অইন ঠাইত সংস্থাপন কৰিব লাগিছিল। উচ্ছেদিত লোকসকলক সংস্থাপন কৰাৰ দাবী জনাই হাগ্ৰামা মহিলাৰীয়ে সংস্থাপন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে অনুমতি দিলে তথা উচ্ছেদিত লোকসকল বিটিএডি আনিবলৈ ইচ্ছা প্ৰকাশ কৰে মহিলাৰীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0