Home ৰাজ্যবিজেপিৰ সহযোগী বিপিএফ সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে, ২৩ মাৰ্চত ওদালগুৰীত অনুষ্ঠিত হ’ব হাগ্ৰামাৰ দলৰ বৈঠক

বিজেপিৰ সহযোগী বিপিএফ সাজু পঞ্চায়ত নিৰ্বাচনৰ বাবে, ২৩ মাৰ্চত ওদালগুৰীত অনুষ্ঠিত হ’ব হাগ্ৰামাৰ দলৰ বৈঠক

by News Desk
53 views
A+A-
Reset

কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল এতিয়া ব্যস্ত হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰাত৷ পিছ পৰি থকা নাই শাসক-বিৰোধী কোনোৱে৷ তাৰ লগে লগে বিটিচিৰ শাসকীয় দল আৰু অসম চৰকাৰৰ সহযোগী দল বিপিএফে ৰণশিঙা বজাই মঙলবাৰে৷ পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিপিএফ ৰাজনৈতিক দল। পঞ্চায়ত নিৰ্বাচনক লৈ মিত্ৰ দল বহুধাবিভক্ত হোৱাৰ সময়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ৰণনীতি সাজু কৰিছে বিপিএফ দলে।

মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিপিএফৰ পলিচি মেকিং সভাত হাগ্ৰামা মহিলাৰীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰণনীতি চুড়ান্ত কৰাৰ বাবে অহা ২৩ মাৰ্চত ওদালগুৰীত বিপিএফ দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব বুলি সদৰি কৰে। মহিলাৰীৰ ভাষাত পঞ্চায়ত নিৰ্বাচনলৈ আৰু তিনিমাহো সময় নাই গতিকে আৰু ৰৈ থকাৰ সময় নাই, সেয়েহে অহা ৩০ মাৰ্চত বিপিএফে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0