59
newsnextone.com | কোকৰাঝাৰঃ সমগ্ৰ বিশ্ববাসীৰ লগতে বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত হৈছে হাগ্ৰামা৷ কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত এক সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই কথা উল্লেখ কৰে৷
শুভাশীষ কৰ নামৰ এগৰাকী যুৱ বিজ্ঞানীক ৫ লাখৰ চেক প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে যুৱ বিজ্ঞানীগৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰে। বিটিচি চৰকাে ২.৫ লাখ আৰু বিপিএফ দলে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰে যুৱ বিজ্ঞানীজনক৷