Home ৰাজ্যহাগ্ৰামাৰ সুৰ সলনি, গোৰেশ্বৰত কলে, আদিবাসী-কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে

হাগ্ৰামাৰ সুৰ সলনি, গোৰেশ্বৰত কলে, আদিবাসী-কোচ ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে

by News Desk
54 views
A+A-
Reset

গোৰেশ্বৰঃ বছৰ বছৰ ধৰি ৰাজ্যখনৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত বন্ধ, ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ সমানে সমানে কেইবাটাও বড়ো জনগোষ্ঠীৰ সংগঠন আৰু ট্ৰাইবেল সংঘ সমন্বয়ৰক্ষী সমিতিয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰি গৈছে৷ জনজাতিকৰণৰ বিৰুদ্ধে আৰু জনজাতিকৰণৰ সপক্ষে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷

তাৰ মাজতে বিটিচি প্ৰধান তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হঠাৎ সুৰ সলনি কৰি আদিবাসী আৰু কোচ-ৰাজবংশীক জনজাতিকৰণ কৰিব লাগে বুলিও মত প্ৰকাশ কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে বাক্সা জিলাৰ গোৰেশ্বৰ ব্লক বিপিএফৰ লগতে যুৱ আৰু মহিলাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণত এই কথা প্ৰকাশ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0