53
গোৰেশ্বৰঃ তেও আছিল জনতাৰ নেতা৷ তেওঁ গোৰেশ্বৰৰ বাবে আছিল এগৰাকী মহীৰূহ৷ গোৰেশ্বৰৰ সমাজখনৰ বাবে তেওঁ আছিল এগৰাকী শিক্ষাবিদ, তেও আছিল গোৰেশ্বৰৰ বাবে আদৰ্শ৷ বিটিএডিৰ গোৰেশ্বৰৰ বাবে তেও আছিল সমন্বয়ৰ সাঁকো৷ বিভিন্ন জাতি ধৰ্মৰ লোকক একত্ৰিত কৰি গোৰেশ্বৰৰ উন্নয়ন, শান্তি, শিক্ষাৰ দিশ টনকীয়াল কৰাৰ বাবে অহৰহ জাগি আছিল তেওঁ৷ আজীৱন জনসাধৰণৰ বাবে কাম কৰি তেও অৱশেষত সকলোৱে কন্দুৱাই অচিনা দেশলৈ গুচি গ’ল৷
