50
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে হাৰিয়ানাত চলি থকা নামাজ বিবাদৰ বিষয়ে মন্তব্য কৰি কয় যে নামাজ ঈদগাহ বা মজজিদত হে পঢ়া উচিত৷ সাৰ্বজনিক ঠাইত নামাজ পঢ়া অনুচিত৷
মুখ্যমন্ত্ৰী খট্টৰে দেওবাৰে কয়, আইন আৰু শৃখংলা বৰ্তাই ৰখা আমাৰ কৰ্তব্য৷ কিন্তু আজিকালি মুকলি ভাৱে নামাজ পঢ়া কাৰ্য বৃদ্ধি পাইছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷