37
হাৰিয়ানাঃ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত কল্কা-হাওৰা একপ্ৰেছত এক ভয়াবহ অগ্নি কাণ্ড সংঘটিত হয়৷ মঙলবাৰে হাৰিয়ানাস্থিত ধীৰপুৰ নামৰ ঠাইত চলন্ত যাত্ৰীবাহী ৰে’লখনত হঠাৎ অগ্নিদগ্ধ হোৱাত তিনিগৰাকী মহিলা আৰু দুজনকৈ পুৰষ যাত্ৰীৰ গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা যায়৷
এই ৰে’লখনত হঠাৎ জুই লগাৰ বাবে অগ্নি সংযোগ হৈ থকা দবাটোক কাটি বেলেগ কৰি দিয়া হয়৷ সোমবাৰে সন্ধিয়া এই এক্সপ্ৰেছখন দিল্লীলৈ ৰাওনা হোৱাৰ অৱস্থাতে এই কাণ্ড সংঘটিত হয়৷