Home ৰাজ্যপ্ৰতিপল মৃত্যুৰ স’তে যুঁজিছে কণমানি সুমনে

প্ৰতিপল মৃত্যুৰ স’তে যুঁজিছে কণমানি সুমনে

by News Desk
64 views
A+A-
Reset

লংকাঃ হোজাই জিলাৰ অন্তৰ্গত লংকাৰ  চতুৰ্থ শ্ৰেণীৰ অধ্যায়নৰত  এজন ছাত্ৰৰ জীৱনৰ কৰুণ  কাহিনী শুনিলে সকলোৰে হৃদয় শোকাছন্ন হৈ পৰিব। লংকাৰ   নিৱাসী বিজয় বৰ্মন  আৰু  অাল্পনা বৰ্মনৰ আঠ বছৰীয়া একমাত্ৰ পুত্ৰ সুমনে পখিলা খেদাৰ বয়সত এক জটিল ৰোগত আক্ৰান্ত হৈ দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে।

জন্মৰ চাৰি বছৰ বয়সতে  ৰোগত আক্ৰান্ত হোৱা সুমনৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে  বহু ধন খৰচ কৰিও আজিলৈকে সন্তানটিক সুস্থ  কৰি তুলিব পৰা নাই। অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা হেতুকে ধনৰ অভাৱত সন্তানটিৰ মুখলৈ চাই নিজৰ ঘৰ-মাটি বিক্ৰী কৰি পোৱা সমস্ত ধন সুমনৰ চিকৎসাত ব্যয় কৰিও সুমন সুষ্ট নোহোৱাত ভাগৰি পৰিছে পিতৃ-মাতৃ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0