62
কামপুৰঃ আন শিশুবোৰৰ দৰে তাইৰো পঢ়ি-শুনি ডাঙৰ মানুহ হ’বলৈ মন৷ ডাঙৰ মানুহ হৈ দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাব খোজে শিশুটিয়ে৷
কিন্তু বিধিৰ কি বিপাক! ১১ বছৰ বয়সতে তাইৰ দেহত বাহ ল’লে ব্ৰেইন টিউমাৰ ৰোগে৷ পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত হাহাকাৰ কৰি চকুলো টুকি পাৰ কৰিছে সময়।