♦ অসম চুক্তি আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ অখিল গগৈৰ সংবাদমেলৰ।

♦ অসমৰ সকলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম ঠগন দি আহিছে। 

♦ ২০১৪ চনৰ ফেব্ৰুৱাৰীত বঙাইগাঁৱৰ কাকৈজানাৰ জনসভাত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে, ২০১৫ চনৰ ৬ আগষ্টতো এই কথা পুনৰ ঘোষণা কৰিছিল।

♦ অসম চুক্তি আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণক  লৈ এতিয়া চৰকাৰ নিমাত হৈ আছে।

♦  CAB বিৰোধী আন্দোলন মষিমূৰ কৰিবলৈ চৰকাৰে এইবোৰ টোপ দিছিল। 

♦ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰি কয়, শৰ্মাই সদায় সাম্প্ৰসায়িক ৰাজনীতি কৰে। 

♦ হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। 

♦ লগতে সদায় সংবিধান আৰু আইনবিৰোধী মন্তব্য কৰি আহিছে। 

♦ এই বি জে পি চৰাকাৰৰ দিনতেই আটাইতকৈ বেছি সৈনিকৰ মৃত্যু হৈছে।