♦ জাগীৰোডৰ ধৰমতুলত নকল টকা জব্দ

♦ প্ৰায় ২ কোট টকাৰ নকল নোট জব্দ কৰে আৰক্ষীয়ে। 

♦ নকল নোট জব্দ কৰাৰ লগতে আটক কৰে দুজন লোকক। 

♦ জব্দ কৰিলে নকল টকা ছপা কৰা মেচিনো। 

♦ ধৃতদ্বয়ৰ নাম ৰিপণ চন্দ্ৰ মান্তা আৰু হবিবুৰ ৰহমান।