65
গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত ৩৮ লাখ টকা উদ্ধাৰ কৰিলে ৰে’ল আৰক্ষীয়ে। পাছত টকাখিনি আয়কৰ বিভাগক চমজাই দিয়া হয়। নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰা হৈছিল টকাখিনি। টকাসহ এজনক আটক কৰে ৰে’ল আৰক্ষীয়ে।
