78
ডিজিটেল ডেস্কঃ লুকা-ভাকু খেলত গাড়ীত লুকাব গৈ দুই শিশুয়ে উশাহ ল’ব নোৱাৰা হৈ মৃত্যুক সাৱতি ল’বলগা হ’ল দুই শিশুই। উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ এই ঘটনাৰ বিৱৰণি মতে লুকা-ভাকু খেলোতে চাৰিজন শিশু গাড়ী এখনত লুকাই থাকে।
কিন্তু চেণ্ট্ৰেল লক নিজে নিজে লাগি যোৱাৰ ফলত শিশুকেইজনে অক্সিজেনৰ অভাৱত মুৰ্ছা পৰে চাৰিওজনে। চাৰি ঘণ্টা এনেদৰে পৰি থকাৰ পিছত তাৰে মাজৰ এজন হঠাত চেতনা ঘুৰাই পায় আৰু গাড়ীখনৰ খিৰিকীত হাতেৰে আঘাত কৰে।