গুৱাহাটীঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বৃহস্পতিবাৰে ঘোষিত ২০১৮ বৰ্ষৰ ফলাফল অনুসৰি বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৩৭ হাজাৰ, ৩ শ ৭৩ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৩২ হাজাৰ ৪৫ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১৫ হাজাৰ ৭ শ ২৮ গৰাকী। দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ক্ৰমে ১৩, ৮২৫ আৰু ২৪৯২ গৰাকী। ২০১৬ বৰ্ষৰ ৯০.৯৬ আৰু ২০১৭ বৰ্ষৰ ৮৬.২৪ ৰ বিপৰীতে ২০১৮ বৰ্ষৰ উত্তীৰ্ণৰ হাৰ হৈছে ৮৫.৭৪।
প্ৰথম দহটা স্থান প্ৰাপ্তসকল হৈছে ক্ৰমেঃ