মাঘবিহুৰ গইনা লৈ নগাঁৱৰ গ্ৰামাঞ্চলত চলিছে বনিক গোষ্ঠীৰ দৌৰাত্ম্য

Home ৰাজ্যমাঘবিহুৰ গইনা লৈ নগাঁৱৰ গ্ৰামাঞ্চলত চলিছে বনিক গোষ্ঠীৰ দৌৰাত্ম্য

মাঘবিহুৰ গইনা লৈ নগাঁৱৰ গ্ৰামাঞ্চলত চলিছে বনিক গোষ্ঠীৰ দৌৰাত্ম্য

by News Desk
57 views
A+A-
Reset

নগাঁওঃ অসমীয়াৰ হিয়াৰ আমঠু ভোগালী বিহুৰ প্ৰাকক্ষণত সম্প্ৰতি নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত এচাম অসাধু ব্যৱসায়ীয়ে নিজ খেয়াল-খুচি মতে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি ঘটোৱাত সাধাৰণ শ্ৰেণীৰ খাটিখোৱা লোকসকলে ত্ৰাহি মধুসূদন সোঁৱৰিছে ৷ 

যোগান বিভাগৰ আওকণীয়া মনোভাৱ তথা চৰকাৰৰ সাধাৰণ ৰাইজৰ প্ৰতি থকা দায়িত্বহীনতাৰ ফলতেই ভোগালী বিহুৰ অচিলা লৈ ব্যৱসায়ীসকলে খাদ্য-সামগ্ৰীৰ দাম মইমতালিৰে বৃদ্ধি কৰি কৃষক আৰু শ্ৰমিক শ্ৰেণীটোৰ  বিহুৰ আনন্দ-উৎসাহ একপ্ৰকাৰে ম্লান কৰি পেলাইছে ৷ আনকি বাপতিসাহোন ভোগালী বিহুটি উদযাপনৰ বাবে কঁকালত টঙালি বান্ধি সকলো সাজু হৈছে যদিও বজাৰত হঠাতে খাদ্য-সামগ্ৰীৰ দাম গগণচুম্বী হৈ পৰাত দৰিদ্ৰ নগঞা জনতাৰ মাজত স্বাভাবিকতেই হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0