Home ৰাজ্যঅখ্যাত কান্ধুলীমাৰী হৈ পৰিল বিখ্যাত, উদুলি-মুদুলি স্বৰ্ণৰাণীৰ বাসগৃহ, VIPৰ বৈছে সোঁত

অখ্যাত কান্ধুলীমাৰী হৈ পৰিল বিখ্যাত, উদুলি-মুদুলি স্বৰ্ণৰাণীৰ বাসগৃহ, VIPৰ বৈছে সোঁত

by News Desk
65 views
A+A-
Reset

newsnextone.com | নগাঁওঃ কান্ধুলীমাৰী৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখন গাঁও৷ সৌ সিদিনালৈকে একেবাৰে অখ্যাত সকলো দিশতে পিছপৰা এই গাঁওখনৰ নাম এতিয়া সকলোৰে মুখে মুখে৷ সকলোৰে দৃষ্টি এই গাঁওখনৰ প্ৰতি৷ সাধাৰণ জনতাৰ পৰা ভি আই পিলৈকে সৰ্বস্তৰৰ লোকৰ সোঁত বৈছে এই কান্ধুলীমাৰীলৈ। 

এইদৰে গাঁওখন হঠাতে বিখ্যাত হৈ পৰাৰ মূল কাৰণ হৈছে এগৰাকী ১৯ বছৰীয়া যুৱতী। যি গৰাকী যুৱতীয়ে গাঁওখনলৈ অকলেই আনিছে এনে পৰিৱৰ্তন৷ সম্প্ৰতি সকলোৰে মাজত বেছ চৰ্চিত হৈ পৰা এই যুৱতীগৰাকী হৈছে হিমা দাস৷ সম্পূৰ্ণ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ বলত নিজকে এগৰাকী সফল এথলেটিক হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হোৱা হিমা এতিয়া সকলোৰে চিনাকী নাম৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0