63
ডিজিটেল ডেস্কঃ এক ভয়াবহ পথ দুৰ্ঘটনাই কঁপালে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ৷ বুধবাৰে পুৱা ৰাজ্যখনৰ ৰাজধানী চিমলাত সংঘটিত এক বাছ দুৰ্ঘটনাত ৪৫ জন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো৷
৫৬ জন যাত্ৰী কঢ়িয়াই অনা বাছখন নদীত বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই ভয়ানক পথ দুৰ্ঘটনা৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বাছখন উত্তৰাখণ্ডৰ টিয়ুনী জিলালৈ গৈ আছিল৷