52
গুৱাহাটীঃ ৰাজ্যৰ আগশাৰীৰ নিউজ চেনেল ডি ৱাই-৩৬৫ৰ জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়াৰ সৈতে মঙলবাৰে প্ৰায় দুঘন্টা সময় মুখামুখি হৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
উল্লেখ্য যে, বিৰোধী কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পত্নীৰ চেনেলৰ বাহিৰে আন নিউজ চেনেলত আহি মুখামুখি হ’বলৈ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰীগৰাকীক৷