61
নলবাৰীঃ নলবাৰী মহকুমা বিহু সন্মিলনীৰ পদূলিৰ পৰাই উভতিল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই লৈ সমগ্ৰ নলবাৰীতে আৰম্ভ হৈছে ব্যাপক চৰ্চা।
জানিব পৰা মতে, মন্ত্ৰীগৰাকীয়ে আজি নলবাৰী মহকুমা বিহু সন্মিলনীত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ কথা আছিল। এই অনুযায়ী তেওঁ নিশা ১০ বজাত উক্ত স্থানত উপস্থিত হয় যদিও বিহুৰ মঞ্চত ভৰি নিদিয়াকৈয়ে পুনৰ উভতি যায়।