১৬,১৩৩ গৰাকী চাহ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ধন মুকলি, শিক্ষকৰ...

Home ৰাজ্য১৬,১৩৩ গৰাকী চাহ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ধন মুকলি, শিক্ষকৰ নতুন গ্ৰেড-পে’

১৬,১৩৩ গৰাকী চাহ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ ধন মুকলি, শিক্ষকৰ নতুন গ্ৰেড-পে’

by News Desk
58 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ অৱসৰ গ্ৰহণৰ পিছত লাভ কৰিবলগীয়া টকাৰে চাকৰিৰ পিছৰ কাল চলিব পাৰে ৰাজ্য চৰকাৰৰ অধিনৰ চাকৰিয়ালসকলে৷ সমগ্ৰ জীৱনটো ব্যস্ত থাকি সময়ত মতে পেঞ্চনৰ টকা কেইটা লাভ নকৰিলে হাহাকাৰ কৰিব লগা হয় বৃদ্ধ অৱস্থাত৷ 

কিন্তু অসম চাহ নিগমৰ অধিনত কাম কৰা ১৬,১৩৩ গৰাকী অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি লাভ কৰা নাছিল পেঞ্চন৷ সময়ে সময়ে চাহ জনজাতীয় সংগঠনে তেওঁলোকৰ ধন মুকলি কৰি দিবলৈ দাবী জনাই আহিছে৷ অৱশেষত ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ ১৬,১৩৩ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক পেঞ্চনৰ টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰে৷ যোৱা ২০ বছৰ ধৰি এই ধন মুকলি কৰা দিয়া হোৱা নাছিল৷ ফলত মুঠ ১ লাখ ৬ হাজাৰ কৰ্মচাৰীয়ে উপকৃত হ’ব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0