Home দেশমাতৃভাষাই আপোন! দিল্লীৰ ‘হিন্দী আগ্ৰাসন’ মানিবলৈ অস্বীকাৰ দাক্ষিণাত্যৰ…

মাতৃভাষাই আপোন! দিল্লীৰ ‘হিন্দী আগ্ৰাসন’ মানিবলৈ অস্বীকাৰ দাক্ষিণাত্যৰ…

by News Desk
A+A-
Reset
hindi_imposition

ভাষা হৈছে মানুহক ইজনে সিজনৰ লগত সংযোগ কৰাৰ আটাইতকৈ শক্তিশালী মাধ্যম। কিন্তু শেহতীয়াকৈ এই ভাষাই কেন্দ্ৰীয় চৰকাৰ আৰু তামিলনাডু চৰকাৰৰ মাজত সংঘাতৰ মূল কাৰণ হৈ পৰিছে। তামিলনাডু চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰি এই নীতি ৰাজ্যখনৰ ওপৰত হিন্দী জাপি দিয়াৰ প্ৰয়াস বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে সৃষ্টি হৈছে ৰাজনৈতিক বিতৰ্কৰো।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন নেতৃত্বাধীন ডিএমকে চৰকাৰে কয় যে ৰাজ্যখনৰ ইতিমধ্যে দুটা ভাষাৰ নীতি আছে—তামিল আৰু ইংৰাজী। কিন্তু ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ প্ৰস্তাৱ দিয়া হৈছে, য’ত যিকোনো এটা ভাৰতীয় ভাষাৰ পাঠদান তৃতীয় ভাষা হিচাপে থাকিব। অৱশ্যে এই নীতিত হিন্দীয়েই যে তৃতীয় ভাষা হ’ব সেয়া স্পষ্টকৈ উল্লেখ নাই যদিও তামিলনাডু চৰকাৰৰ মতে, এই শিক্ষা নীতিৰ জৰিয়তে হিন্দী বলয়ৰ ৰাজনীতি পুষ্ট ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত হিন্দী ভাষা জাপি দিব বিচাৰিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0