53
চিচিবৰগাঁওঃ জাতিগত সংঘাতত জৰ্জৰিত ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলটোৰ জনসাধাৰণৰ মনত কৌটিকলীয়া শান্তি আৰু সম্প্ৰীতি ওভতাই অনাৰ লক্ষ্যৰে চিচিবৰগাঁৱত হিন্দু আৰু মুছলিম ধৰ্মালম্বী ৰাইজে অগতানুগতিক ভাৱে আয়োজন কৰিছে দুৰ্গা পূজা।
শান্তি সম্প্ৰীতি বিচাৰি অঞ্চলটোৰ ৫২ খন গাঁৱৰ ৰাইজে আয়োজন কৰিছে মহাযজ্ঞ। যজ্ঞত ভাগ লৈছে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলে।