57
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ পাছত আৰু পুলৱামাৰ ভয়াৱহ কাণ্ডৰ প্ৰতিবাদৰ মাজতে সোমবাৰে গুৱাহাটীৰ দিছপুৰ লাষ্টগে’টত CITUয়ে সংগঠনটোৰ বিভিন্ন দাবীৰ সমৰ্থনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
লাষ্টগে’টত চেন্টাৰ অব ট্ৰেড ইউনিয়ন (চিটু)ৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সংগঠনটোৱে এক স্মাৰক-পত্ৰ প্ৰদান কৰে।