Home ৰাজ্যজাতিদ্ৰোহী হিচাপে পৰিচয় দিছে চৰকাৰে, কাজিৰঙাৰ অবৈধভাৱে গঢ়া হোটেল-ৰিজ’ৰ্টত নপৰে চকু

জাতিদ্ৰোহী হিচাপে পৰিচয় দিছে চৰকাৰে, কাজিৰঙাৰ অবৈধভাৱে গঢ়া হোটেল-ৰিজ’ৰ্টত নপৰে চকু

by News Desk
A+A-
Reset
Untitled-5 copy

newsnextone.com | গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঢ় দিয়া কাজিৰঙাৰ অৰ্কিড পাৰ্কে ৬ বিঘা অতিৰিক্ত ভূমি দখল কৰা বুলি গোলাঘাট জিলা প্ৰশাসনে অভিযোগ উত্থাপন কৰাৰ পিছকে পৰা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যত৷ শীঘ্ৰেই এই ভূমি দখলমুক্ত কৰিব বুলি ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে। এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জীপাল কৃষক-শ্ৰমিক সংঘ আদিয়ে প্ৰশাসনৰ এনে কাৰ্যক তীব্ৰ বিৰোধীতা কৰে৷  

কেৱল ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবেই কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে সংগঠনসমূহে৷ চৰকাৰে যোৱা ৫ জুলাইত উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দিছে বিভিন্ন পক্ষই৷ তাৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁয়ে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা কাৰ্যাত অগণতান্ত্ৰিক আখ্যা দি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ চৰকাৰে এনে কাম কৰিব নোৱাৰে আনে কৰিলে তাকো সহ্য কৰিব নোৱাৰে বুলি কয় কটুক্তি কৰে ৰাজ্য চৰকাৰক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0