Home ৰাজ্যকৰ্মচাৰী পৰিষদৰ সিদ্ধান্তক হোজাই জিলা কৰ্মচাৰী পৰিষদৰ আদৰণি

কৰ্মচাৰী পৰিষদৰ সিদ্ধান্তক হোজাই জিলা কৰ্মচাৰী পৰিষদৰ আদৰণি

by News Desk
A+A-
Reset
1800x1200_coronavirus_1-1

মোৰাঝাৰঃ কৰ’না ভাইৰাছৰ প্ৰতিৰোধ আৰু চিকিৎসা সেৱা আদি কামৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যখনৰ সকলো শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা বৰঙণি হিচাপে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়োৱাৰ সিদ্ধান্তৰ উপৰিও মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০ শতাংশ বিত্ত বিভাগে ঋণ হিচাপে কাটি ৰখাৰ সিদ্ধান্তক আদৰণি জনাইছে হোজাই জিলাৰ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীয়ে।

আজি এক বিবৃতিযোগে এই কথা জনাইছে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহম্মদ বৰভূঞা আৰু সাধাৰণ সম্পাদক  প্ৰণৱ চৌধুৰীয়ে। সভাপতি বৰভূঞাই কয়, ‘সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ এই সংকটৰ সময়ত আমাৰ এই বৰঙণি আৰু ত্যাগ মানুহে মানুহৰ বাবে সেৱা আগবঢ়োৱাৰ এটি সুবৰ্ণ সুযোগ। জাতীয় জীৱনৰ এনে এক জটিল সন্ধিক্ষণত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে লোৱা উক্ত পদক্ষেপ নিশ্চিতভাৱে সময়োপযোগী, আদৰণীয় আৰু মানৱ জাতিৰ কল্যাণৰ হকে  লোৱা সিদ্ধান্ত।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0