বিশ্ববিদ্যালয় হ’ল হোজাই মহাবিদ্যালয়, সমস্যাৰ সমাধান কেতিয়ালৈ?

Home ৰাজ্যবিশ্ববিদ্যালয় হ’ল হোজাই মহাবিদ্যালয়, সমস্যাৰ সমাধান কেতিয়ালৈ?

বিশ্ববিদ্যালয় হ’ল হোজাই মহাবিদ্যালয়, সমস্যাৰ সমাধান কেতিয়ালৈ?

by News Desk
52 views
A+A-
Reset

মোৰাঝাৰঃ ঐতিহাসিক নগাঁও জিলাৰ তিনিটা মহকুমা নগাঁও, হোজাই আৰু কলিয়াব৷ তিনিটা মহকুমাৰ ভিতৰত অন্যতম হোজাই মহকুমা৷ নগাঁৱৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যৰ সৈতে হোজাই মহকুমাৰ লোকসকল একাত্ম হৈ আছিল৷ হাত হাত ধৰি তিনিওটা মহকুমাৰ লোকসকলে নগাঁও জিলাক আগুৱাই নিছিল৷ নগাঁও চহৰৰ পৰা প্ৰায় ৬০ কিঃ মিঃ নিলগত দক্ষিণ দিশে হোজাই মহকুমা।

২০১১ চনৰ লোক-পিয়ল অনুসৰি হোজাই মহকুমাৰ অন্তৰ্গত ১৮৪ খন গাঁৱৰ জনসংখ্যা ৩,৪৭,৬২৭ গৰাকী।হোজাই মহকুমাৰ সদৰ আছিল শংকৰদেৱ নগৰ৷ হোজাই মহকুমাটোৰ লোকসকল মূলত কৃষিজীৱি৷ ব্যৱসায়ী আৰু চাকৰিজীৱী লোকৰ সংখ্যা বহু কম মহকুমাটোত৷ ৰাজ্যৰ ভিতৰতে হোজাই মহকুমাত প্ৰচুৰ পৰিমাণে ধান আৰু খাদ্য-শস্য উৎপাদন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0