Home ৰাজ্যহোজাইত ৰাজ পথত পৰি থাকিল নাৰী, অবলা নাৰীৰ যেন কোনো সুৰক্ষাই নাই অসমত

হোজাইত ৰাজ পথত পৰি থাকিল নাৰী, অবলা নাৰীৰ যেন কোনো সুৰক্ষাই নাই অসমত

by News Desk
71 views
A+A-
Reset

হোজাইঃ ৰাজ্যৰ দল-সংগঠন ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ থকাৰ সময়তে এটাৰ পিছত এটা ধৰ্ষণ-যৌন নিৰ্যাতনৰ ঘটনা অসমত সংঘটিত হ’ব ধৰিছে। ছাত্ৰ সংগঠন, মহিলা সংগঠন, ৰাজনৈতিক দলে এই কাণ্ডত জৰিত লোকক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি অহাৰ সময়তে ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ যেন ওৰহে নপৰে৷ 

এটাৰ পিছত এটা কাণ্ড অসমত সংঘটিত হ’ব ধৰিছে। এইবাৰ ৰাজ্যৰ ৰাজ পথৰ দাতিত পৰি থাকিল নাৰী৷ অৱলা নাৰীৰ যেন কোনো সুৰক্ষাই নাই অসমত৷ যাৰ বাবে আজি ৰাজপথৰ দাতিত পৰি থাকিব লগা হৈছে নাৰী৷ দেহৰ পৰা ৰক্তক্ষৰণ হৈ থকা যুৱতী উদ্ধাৰ হৈছে হোজাই জিলাত৷ হোজাই চহৰৰ পৰা কিছু নিলগত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অচেতন অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0