Home ৰাজ্যসাৱধানঃ ৰঙৰ উৎসৱে বিপদ কঢ়িয়াই আনিব পাৰে আপোনালৈ

সাৱধানঃ ৰঙৰ উৎসৱে বিপদ কঢ়িয়াই আনিব পাৰে আপোনালৈ

by News Desk
70 views
A+A-
Reset

নগাঁওঃ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দত মতলীয়া হৈ পৰিছে সমগ্র ৰাজ্য৷ দেশৰ লগতে ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ-মালহেৰে পালন কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি৷ সৰু-ডাঙৰ সকলোয়ে ব্যাপক হৰ্ষ-উল্লাসৰ মাজেৰে দেহ-মন মতলীয়া কৰি তোলা এই উৎসৱটি উদযাপন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ বিপৰীতে বিভিন্ন প্ৰকাৰৰ ৰং-বিৰঙৰ আবিৰেৰে ভৰি পৰিছে বজাৰ৷

ইয়াৰ সমান্তৰালকৈ হৰেক ৰকমৰ ফিচকাৰি, নানা ৰংচঙীয়া মুখা, টুপী আদি সামগ্ৰীবোৰো উপচি পৰিছে বিপণীবোৰত৷ কিন্তু ইয়াৰে অচিলা লৈ নগাঁও জিলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ৰাইজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সস্তীয়া ফাকুগুড়ি বজাৰত মেলি দিছে বিক্ৰীৰ বাবে৷ যিবোৰ ফাকুৰ পেকেটত কোনো দাম লিপিবদ্ধ হৈ নাথাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0