জনসমুদ্ৰত পৰিণত বৰপেটা-বৰদোৱাৰ দৌলযাত্ৰা মহোৎসৱ, হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ

Home ৰাজ্যজনসমুদ্ৰত পৰিণত বৰপেটা-বৰদোৱাৰ দৌলযাত্ৰা মহোৎসৱ, হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ

জনসমুদ্ৰত পৰিণত বৰপেটা-বৰদোৱাৰ দৌলযাত্ৰা মহোৎসৱ, হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ

by News Desk
76 views
A+A-
Reset

নগাঁওঃ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ফাকুৱা উৎসৱ পালন কৰিছে আহিছে৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ হোলী উৎসৱ অসমৰ ৰাইজেও পালন কৰে৷ নগাঁও জিলাৰ বৰদোৱাত প্ৰায় ৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি দৌলৎসৱ পালন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ দৌলযাত্ৰা মহোৎসৱৰ স্মৃতি বিজড়িত বটদ্ৰৱাত ‘গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ’ সম্পন্ন হয়।

‘বৰপেটা আমাৰে পাটবাউসী আমাৰে/মধুপুৰ আমাৰে থান/বৰদোৱা থানতে শ্ৰীমন্ত শংকৰ গুৰুৱে/ নামৰে বান্ধিলা সেতু-‘ বৰদোৱা-বৰপেটা৷ এফালে জন্মভূমি, সিফালে কৰ্মভূমি৷ নগাঁও জিলাৰ বৰদোৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অতীতৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এইবেলিও পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ আজি তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে থান প্ৰাংগণ জনসমুদ্ৰত পৰিণত হৈ পৰিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0