55
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বিছমুৰী উপ-আৰক্ষী চকীত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱান হানিফ আলি (৩৭) মঙলবাৰে এক পথ দূৰ্ঘটনাত নিহত হয়।
পুৱা প্ৰায় ৪.২০ বজাত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীয়ে হানিফ আলিক মহতিয়াই নিয়াত গৃহৰক্ষী বাহিনীৰ জোৱানগৰাকীৰ থিতাতে মৃত্যুমুখত পৰে।