Home দেশউচ্চতম ন্যায়ালয়ৰ ৰায়,সমকামিতা অপৰাধ নহয়

উচ্চতম ন্যায়ালয়ৰ ৰায়,সমকামিতা অপৰাধ নহয়

by News Desk
62 views
A+A-
Reset

newsnextone.com। ডিজিটেল ডেস্কঃ সমকামিতাক অপৰাধ হিচাপে গণ্য কৰা ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা বাতিল কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এই ঘোষণা মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বাধীন বিচাৰপীঠৰ। সমকামিতা সন্দৰ্ভত গ্ৰহণ কৰা শুনানিৰ ৰায় প্ৰদান কৰি বাতিল কৰে এই ধৰা।

ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামিতা কোনো অপৰাধ নহয়। সমকামীসকলে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে। ধৰা ৩৭৭ ধাৰাই খৰ্ব কৰিছে মৌলিক অধিকাৰ। সময়ৰ সৈতে আইন সংশোধনৰ প্ৰয়োজন আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0