84
নলবাৰীঃ চৰকাৰ পৰিবৰ্তন হ’ল যদিও ৰাইজৰ ভাগ্য পৰিবৰ্তন নহ’ল৷ ৰাইজৰ উন্নয়ণৰ পৰিবৰ্তে দীনদয়াল উপাধ্যায়ৰ নামত বিদ্যালয় স্থাপন, হিন্দু বাংলাদেশী সংস্থাপন আদিক লৈ ব্যস্ত হৈ আছে চৰকাৰ ৰাজ্য চৰকাৰ খন৷
জকাইচুকৰ সাধাৰণ লোকৰ সমস্যা সমাধানৰ পৰিবৰ্তে অনাহক বিতৰ্কত ৰাজ্য চৰকাৰ খন ব্যস্ত হৈ পৰিছে৷ কৃষক-ছাত্ৰ, গৃহিনী, দৰিদ্ৰৰ কথা নাভাবি বেপৰুৱা কিছু কথাক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ খন৷