Home ৰাজ্যগৰম চিঙৰাই গৰম কৰিলে শিৱসাগৰ, আহিল আৰক্ষী

গৰম চিঙৰাই গৰম কৰিলে শিৱসাগৰ, আহিল আৰক্ষী

by News Desk
67 views
A+A-
Reset

দিছাংমুখঃ গৰম চিঙৰা চোবাই থাকোতে যদি মুখত আলপিন লাগে ধৰে কেনে বিলাই-বিপত্তি হ’ব পাৰে ভাবক৷ তৎমুহূৰ্ততে আপোনাৰ ওঁঠ-জিভা বিন্ধি ৰক্তক্ষৰণ হ’ব পাৰে৷ মুঠৰ ওপৰত চিংৰাৰ ভিতৰত আলপিন সোমাই থাকিলে বিপদ অনিবাৰ্য।
 
চিংৰাৰ ভিতৰত আলপিন আছিল। কিন্তু ভাগ্যক্ৰমে বাছি গল আনোৱাৰ হুছেইন নামৰ লোক এজন৷ শিৱসাগৰৰ দলমুখ চাৰিআলিৰ হোটেল ৰসৰাজত সন্ধিয়া প্ৰায় ৬-৩০ বজাত আনোৱাৰে চাহ আৰু চিঙৰা খাবলৈ বুলি প্ৰৱেশ কৰিছিল৷

হোটেলত প্ৰৱেশ কৰি চিংৰা চাহৰ অৰ্ডাৰ দিয়ে লোকজনে। এটা সময়ত টেবুলত চাহ আৰু গৰম চিঙৰা আহে। কিন্তু গৰম চিঙৰা পোনে পোনে মুখলৈ নিয়াৰ পৰিৱৰ্তে ঠাণ্ডা কৰি খাবলৈ প্লেটত টুকুৰা টুকুৰ কৰে আনোৱাৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0