Home দেশনিষেধাজ্ঞাক লৈ কি ক’লে টিকটকে? ৫৯ টা এপ ডিলিট নকৰিলে জেল হ’ব নেকি?

নিষেধাজ্ঞাক লৈ কি ক’লে টিকটকে? ৫৯ টা এপ ডিলিট নকৰিলে জেল হ’ব নেকি?

by News Desk
A+A-
Reset
tikotk ban

বিশেষ প্ৰতিবেদনঃ সোমবাৰে নিশাৰে পৰা ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰে ৫৯টাকৈ চীনা এপক। এই এপসমূহৰ ভিতৰত আছে টিকটক আৰু কেমস্কেনাৰৰ দৰে জনপ্ৰিয় আৰু দৈনন্দিন কামৰ সৈতে জড়িত কেবাটাও এপ।

২০১৯ চনৰ পৰিসংখ্যা অনুযায়ী ভাৰতত টিকটকৰ অতিকমেও ৩০ কোটি ইউজাৰ, লাইকিৰ ১৮ কোটি, হেলোৰ ১৩ কোটি আৰু শ্বেয়াৰ-ইট তথা ইউচি ব্ৰাউজাৰৰ ১২ কোটিৰ ওচৰাওচৰি ইউজাৰ্ছ আছে। এনে পৰিপ্ৰেক্ষিতত বহুতৰ মনলৈ প্ৰশ্ন আহিছে যে নিষিদ্ধ ঘোষণা কৰাৰ পিছত এই ইউজাৰসকলৰ মোবাইলত ইনষ্টল হৈ থকা এপসমূহ নিজে নিজে ডিএক্টিভেট হৈ যাব নে সক্ৰিয় হৈয়েই থাকিব?

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0