53
ডিজিটেল ডেস্কঃ কোন হ’ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ উত্তৰসুৰী? কাৰ দখলত থাকিব ৰাইছিনা? এই সকলো প্ৰশ্নৰ উত্তৰ আজিয়েই পোৱা যাব।
ইতিমধ্যে ১১ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ৰাজ্যৰ নামৰ প্ৰথম আখৰ অনুযায়ী আৰম্ভ হৈছে বিজেপিৰ ৰামনাথ কোবিন্দ আৰু বিৰোধীৰ মীৰা কুমাৰৰ ভাগ্যনিৰ্ণয়।