56
গুৱাহাটীঃ উৎকণ্ঠাৰ অন্ত পেলাই ঘোষিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এইবাৰৰ পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১,৮৮৬২৯ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১৯,৪৭৫ গৰাকীয়ে প্ৰথম, ৪৪১৭০ গৰাকীয়ে দ্বিতীয় আৰু ৭৪৩৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰে তৃতীয় বিভাগ। বিগত বৰ্ষৰ তুলনাত এইবাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষৰ ৭৯.৯২ৰ বিপৰীতে এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৭৩.১৬ শতাংশ।
প্ৰথমঃ