77
গুৱাহাটীঃ গ্ৰেচ মাৰ্ক আৰু মডাৰেশ্যন বিতৰ্কৰ অন্তত বুধবাৰে ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষত কুৰিটা স্থান ৰখা হৈছিল যদিও এইবাৰ ১০ টা স্থানহে ৰখা হয়। উচ্চতৰ মাধ্যমিকৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো শীৰ্ষৰ এই ১০ টা স্থানত দেখা গৈছে গ্ৰামাঞ্চলৰ আধিপত্য। শীৰ্ষৰ এই তালিকাত এইবাৰ আশ্চৰ্যজনকভাৱে গুৱাহাটীৰ এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সমৰ্থ নহ’ল।
প্ৰথমঃ