54
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত মঙলবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ।
কি কি অস্ত্ৰ উদ্ধাৰ হ’ল অভিযানত?