59
ডিজিটেল ডেস্কঃ চেন্নাইৰ এগৰাকী মডেলক বিচাৰি অনলাইনত আৰম্ভ হৈছে এক বৃহৎ অভিযান। শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা চেন্নাইৰ মডেল গানম ন্যায়াৰক বিচাৰি বন্ধুবৰ্গই এই অনলাইন অনুসন্ধান আৰম্ভ কৰিছে।
ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচআপ আদি সকলোতে ভাইৰেল হৈ পৰিছে গানম ওৰফে জিক্কিৰ ফটো। কিন্তু আৰক্ষীয়ে এই পৰ্যন্ত বিচাৰি উলিয়াব পৰা নাই মডেলগৰাকীক।