49
কাজিৰঙা: ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে নাৰী সৰবৰাহকাৰী। তেনেই এটা চক্ৰৰ এজন সদস্যক আজি ৰাইজে আটক কৰিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণি মতে, পৰিকল্পনা অনুযায়ী ছোৱালী নিবলৈ আহি হাতে-লোটে ধৰা পৰিল উক্ত লোকজন|