Home ৰাজ্যহোজাইত শতবৰ্ষ গৰকা ব্যক্তিৰ জন্মদিন উদযাপন

হোজাইত শতবৰ্ষ গৰকা ব্যক্তিৰ জন্মদিন উদযাপন

by News Desk
55 views
A+A-
Reset

কামপুৰঃ হোজাই জিলাৰ ভেলৌগুৰি গাঁৱৰ এজন শতবৰ্ষ গৰকা বৰ্ষীয়ান ব্যক্তি। অসমৰ বহু ইতিহাসৰ সাক্ষী মনেশ্বৰ বৰা নামৰ ব্যক্তিগৰাকীয়ে মঙলবাৰে শতবৰ্ষত ভৰি দিয়ে। এই উপলক্ষ্যে মঙলবাৰে অসংখ্য লোকৰ উপস্থিতিত মনেশ্বৰ বৰাৰ নিজা বাসগৃহত শতবৰ্ষীয় জন্মদিন পালন কৰা হয়৷

হোজাই জিলাৰ ভেলৌগুৰিৰ নিৱাসী বৃদ্ধ মনেশ্বৰ বৰাই এশ বছৰ গৰকাৰ পাছতো পাহৰি পেলোৱা নাই স্বাধীনতা সংগ্ৰামৰ কথা৷ ১৯১৮ চনতে জন্মগ্ৰহণ কৰা বৃদ্ধগৰাকীয়ে এতিয়াও নিজেই বজাৰ কৰিবলৈ যায়, নিজৰ প্ৰযোজনীয় কামবোৰ নিজেই কৰে৷ সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত এইগৰাকী বৃদ্ধক বেয়া পোৱা মানুহ হয়তো অঞ্চলটোত কোনো নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0